বেটুপাত

অব্যৱসায়ীক প্ৰতিষ্ঠান ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিবেশিত অন্যান্য ৱিকি-প্ৰকল্পসমূহ: (বিতং তথ্য:):

নিৰ্বাচিত প্ৰবন্ধ
নিৰ্বাচিত প্ৰবন্ধ
নমিতা ভট্টাচাৰ্য

নমিতা ভট্টাচাৰ্য অসম, ভাৰতৰ এগৰাকী কণ্ঠশিল্পী৷ সত্তৰ-আশীৰ দশকত অসমীয়া সংগীত জগতখনৰ প্ৰত্যক্ষ সান্নিধ্যলৈ অহা গায়িকাগৰাকীৰ ১৯৭৫ চনত মুক্তিলাভ কৰা অসমীয়া চলচ্চিত্ৰ তৰামাইত পোনপ্ৰথমবাৰৰ বাবে নেপথ্য কণ্ঠশিল্পী হিচাপে অভিষেক ঘটে৷ ইয়াৰ পূৰ্বে তেখেতে আকাশবাণীত গীত পৰিৱেশন কৰিছিল৷ আলি ঢাকি পৰ শালিকী, লাজ লাজ লাজ, সুধিছা তোমালৈ কিমান মৰম, আলফুলীয়া কপৌফুল আদি তেখেতৰ কেইটামান সৰ্বজনসমাদৃত গীত৷ অসমৰ লগতে ভাৰতৰ কেইবাখনো ঠাইৰ লগতে ইউৰোপতো গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ লাভ কৰা নমিতা ভট্টাচাৰ্যই ২০২১ বৰ্ষৰ অসম চৰকাৰে প্ৰদান কৰা 'শিল্পী বঁটা' লাভ কৰে৷ আধুনিক গীতৰ লগতে তেখেতে পৰম্পৰাগত গীত-মাত, ভজন আৰু গজলো পৰিৱেশন কৰে ৷ অসমৰ আন এগৰাকী জনপ্ৰিয় পুৰুষ কণ্ঠশিল্পী দ্বীপেন বৰুৱাৰ সৈতে বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ দ্বৈত কণ্ঠৰ গীতত নমিতা ভট্টাচাৰ্যই কণ্ঠদান কৰি বিশেষ খ্যাতি তথা সমাদৰ লাভ কৰে ৷ তেখেতে বিশখনতকৈও অধিক অসমীয়া চলচ্চিত্ৰত গীত পৰিৱেশন কৰিছে৷

(ইয়াত বিতংকৈ পঢ়ক)
আপুনি জানেনে?
আপুনি জানেনে...
য়িন আৰু য়াং চিহ্ন বা টাইচি চিহ্ন
নিৰ্বাচিত চিত্ৰ
নিৰ্বাচিত চিত্ৰ
শেৱালি ফুল
শেৱালি ফুল (বৈজ্ঞানিক নাম: Nyctanthes arbor-tristis) হ’ল নিক্টান্থেস (Nyctanthes) ৰ অন্তৰ্গত এবিধ ফুল। ইয়াক দক্ষিণ এচিয়াৰ দক্ষিণ-পূৰ্ব থাইল্যাণ্ড ৰ পৰা পশ্চিমে বাংলাদেশ, ভাৰত, উত্তৰে নেপাল, আৰু পূৱে পাকিস্তান পৰ্যন্ত দেখা পোৱা যায়। এই ফুল পশ্চিমবঙ্গৰ আৰু থাইল্যাণ্ডেৰ কাঞ্চনাবুৰি প্ৰদেশেৰ ৰাষ্ট্ৰীয় ফুল। শেৱালি ফুলৰ গা-গছজোপা নৰম ধূসৰ ছাল বা বাকলি বিশিষ্ট আৰু এই গছ ১০ মিটাৰ পৰ্যন্ত দীঘল হব পাৰে। গছডালৰ পাতসমূহ ৬-৭ চেণ্টিমিটাৰ দীঘল। ইয়াৰ ফল চেপেটা আৰু বাদামী হৃদপিণ্ড আকৃতিৰ। ফলৰ ব্যাস প্ৰায় ২ চেণ্টিমিটাৰ আৰু এটি দুই ভাগত বিভক্ত। প্ৰতিটো ভাগত এটাকে বীজ থাকে। এই ফুল শৰৎকালত ফুলা দেখা যায়। ফুলসমূহ ৰাতি ফুলি ৰাতিপুৱা গছৰপৰা সৰি পৰে। শেৱালি ফুল দুৰ্গা পূজাত ফুলা দেখা যায়।

আলোকচিত্ৰ শিল্পী: বৰুণ পাবৰাই
পূৰ্বৰ নিৰ্বাচিত চিত্ৰসমূহঅধিক নিৰ্বাচিত চিত্ৰ আৰু মিডিয়া...


Wikipedia-logo.svg
পৰিচিতি
"ৱিকিপিডিয়া" এখন বিশ্বকোষ। বিশ্বৰ যিকোনো বিষয়ৰ ওপৰত শুদ্ধ আৰু নিৰপেক্ষভাৱে জ্ঞান সংগ্ৰহ কৰি সকলোলৈকে বিনামূল্যে উপলব্ধ কৰোৱাৰ প্ৰয়াসেৰে এই আন্তৰ্জাতিক আৰু বহুভাষিক প্ৰকল্পৰ সূচনা কৰা হৈছে। পৃথিৱীৰ বিভিন্ন স্বেচ্ছাসেৱক লেখকে বিভিন্ন স্থানৰ পৰা নিজৰ নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত অৱদান দি বিভিন্ন ভাষাত ৱিকিপিডিয়া প্ৰতিষ্ঠা কৰিছে। "ৱিকিমিডিয়া ফাউণ্ডেশ্যনে" ২০০১ চনত প্ৰথমতে ইংৰাজী ৱিকিপিডিয়াৰপৰা আৰম্ভ কৰা এই প্ৰকল্পৰ অধীনত এতিয়ালৈকে প্ৰায় ৪০ নিযুত প্ৰবন্ধ সম্বলিত ৩০১ টা ভাষাৰ ৱিকিপিডিয়া মুকলি হ’ল। বৰ্তমান বিশ্বৰ প্ৰায় ৫০০ নিযুত মানুহে ব্যৱহাৰ কৰা এই ৱিকিপিডিয়াবোৰৰ সংখ্যা ভৱিষ্যতলৈও বাঢ়ি গৈ থাকিব।

এই ৱিকিপিডিয়াবোৰত তথ্যৰ শুদ্ধতা আৰু নিৰপেক্ষতাৰ ওপৰত অতিশয় গুৰুত্ব আৰোপ কৰা হয়। বিশ্বৰ যিকোনো স্থানৰপৰা যিকোনো মানুহে ইণ্টাৰনেটৰ জৰিয়তে বিনামূল্যে যিকোনো ৱিকিপিডিয়াৰ পৰা জ্ঞান আহৰণ আৰু উপভোগ কৰিব পাৰে। “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এই ৱিকিপিডিয়াক থোৰতে “গণবিশ্বকোষ” বুলিব পাৰি।

ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়াৰ তত্বাৱধানত ৱিকিচ’ৰ্ছ (ৱিকিউৎস), ৱিক্স্যনেৰী (ৱিকি-অভিধান), ৱিকিনিউজ (ৱিকিসংবাদ) আদি বিভিন্ন সহ-উদ্যোগৰ মুক্ত জ্ঞানবিতৰণৰ এই অভিনৱ প্ৰয়াসে আজি এক গণ আন্দোলনৰ ৰূপ লৈছে।

Wiki letter wo.svg
সহায়
ৱিকিপিডিয়ানৰ হাতপুথি
সাহায্য

আদৰণি · পাতনি · পৰিচয় · সহায়িকা · সমল · সাহায্য কেন্দ্ৰ · প্ৰশ্নসমূহ · অৰ্থকোষ · নতুন প্ৰবন্ধ সৃষ্টি · টাইপিং · পুৰীয়া

নীতি আৰু নিৰ্দেশাৱলী

নীতি আৰু নিৰ্দেশাৱলী · পঞ্চস্তম্ভ · ৱিকিপিডিয়া কি নহয় · নিৰপেক্ষ দৃষ্টিভংগী · উল্লেখযোগ্যতা · মৌলিক গৱেষণাৰহিত লেখা · কপিৰাইট · বিশ্বাসযোগ্যতা · সম্পাদনা নীতি · দায়লুপ্তি

আচৰণবিধি

শিষ্টাচাৰ · ব্যক্তিগত আক্ৰমণ নকৰিব · হাৰাশাস্তি · সম্পাদনা দ্বন্দ্ব · মতবিৰোধ সমাধান · ঐক্যমত · ধ্বংসপ্ৰৱণতা

বিষয় সূচী
অসম
Assamese Jaapi.png

অসম · অসমৰ জিলা · ভাষা আৰু লিপি · লোক-সংস্কৃতি · জনগোষ্ঠী · বুৰঞ্জী · প্ৰসিদ্ধ ব্যক্তি · অসমীয়া সাহিত্য · অসমৰ সংগীত · অসমৰ চলচ্চিত্ৰ

ভাৰত
Flag of India.svg

ৰাজ্যসমূহ · ভাষাসমূহ · নদীসমূহ · সংস্কৃতি · উৎসৱ · বুৰঞ্জী · ৰাজনীতি · প্ৰসিদ্ধ ব্যক্তি · শিক্ষা

দেশ-বিদেশ
World Map Icon.svg

মহাদেশ · ৰাষ্ট্ৰসমূহ · নগৰ-মহানগৰ · পৰ্যটন

মানৱ বিজ্ঞান
HP people.png

কলা · অৰ্থনীতি · ৰাজনীতি বিজ্ঞান · সমাজবিদ্যা · ভূগোল · ইতিহাস আৰু প্ৰাক-ইতিহাস · ভাষা বিজ্ঞান · দৰ্শন · শিক্ষা

সাহিত্য আৰু সংস্কৃতি
Books-aj.svg aj ashton 01.svg

সাহিত্য · সংগীত · ধৰ্ম · বঁটা আৰু সন্মান

জীৱনী
David face.png

অসমৰ প্ৰসিদ্ধ ব্যক্তি · ভাৰতৰ প্ৰসিদ্ধ ব্যক্তি · বিজ্ঞানী‎ · চলচ্চিত্ৰ শিল্পী · কণ্ঠশিল্পী‎ · সকলো

বিজ্ঞান
PrirodneNauke.svg

গণিত · পদাৰ্থ বিজ্ঞান · ৰসায়ন বিজ্ঞান · প্ৰাণীজগত · উদ্ভিদজগত · চিকিৎসা বিজ্ঞান · জ্যোতিৰ্বিজ্ঞান · কম্পিউটাৰ বিজ্ঞান · প্ৰযুক্তি · পৰিৱেশ বিজ্ঞান · নৃতত্ব · পূৰাতত্ব

মনোৰঞ্জন
Exquisite-xine.png

বোলছবি · দূৰদৰ্শন · ভ্ৰাম্যমাণ থিয়েটাৰ · পাকঘৰ · ইণ্টাৰনেট · খেল

ৱিকিপিডিয়া
Wikipedia-logo.svg

আৰম্ভণি · ৱিকিপিডিয়াৰ নীতি · ৰাইজৰ চ'ৰা · শেহতীয়া ঘটনাৱলী · অৰ্থকোষ · পৰীক্ষাগাৰ


আফাৰ Main_Page
আবখাজিয়ান Ихадоу_адаҟьа
আচিনিজ Ôn_Keuë
আদিগে НэкӀубгъо_шъхьаӀ
আফ্ৰিকানছ্ Tuisblad
আকান
Alemannisch
দাক্ষিণাত্য আল্টাই Тӧс_бӱк
আমহাৰিক ዋናው_ገጽ
Amis Sa’ayayaw_pising_no_tyin-naw
আৰ্গোনিজ Portalada
Old English Heafodtramet
আৰবী
Aramaic ܦܐܬܐ_ܪܝܫܝܬܐ
Moroccan Arabic الصفحة_اللولا
Egyptian Arabic الصفحه_الرئيسيه
এষ্টুৰীয় Portada
Atikamekw Otitikowin
আভেৰিক БетӀераб_гьумер
Kotava Xadola
আৱাধি प्रधान_पन्ना
আয়মাৰা Nayriri_uñstawi
আজেৰবাইজানী Ana_səhifə
South Azerbaijani آنا_صفحه
বাছখিৰ Баш_бит
বালিনীজ Kaca_Utama
Bavarian Wikipedia:Hoamseitn
Samogitian Pėrms_poslapis
Central Bikol Panginot_na_Pahina
বেলাৰুছীয় Галоўная_старонка
Belarusian (Taraškievica orthography) Галоўная_старонка
বুলগেৰীয়
Bhojpuri
বিছলামা Nambawan_Pej
Banjar Laman_Tatambaian
Pa'O အဓိကလိတ်မဲ့ငါ
বামবাৰা Nyɛ_fɔlɔ
বাংলা
তিব্বতী གཙོ་ངོས།
Bishnupriya
ব্ৰেটন Degemer
বছনীয়
বগিনীজ Mappadecéŋ
Russia Buriat Нюур_хуудаһан
কাতালান
Chavacano El_Primero_Pagina
Min Dong Chinese Tàu_Hiĕk
চেচেন Коьрта_агӀо
চিবুৱানো Unang_Panid
চামোৰো Fanhaluman
চোক্টাউ Main_Page
চেৰোকি ᎤᎵᎮᎵᏍᏗ
চাইয়েন Va'ohtama
চেণ্ট্ৰেল কুৰ্ডিচ دەستپێک
কোৰ্ছিকান Pagina_maestra
Cree ᓃᔥᑕᒻᐹᔅᑌᒋᓂᑲᓐ
Crimean Tatar Baş_Saife
চেক
Kashubian Przédnô_starna
চাৰ্চ শ্লেভিক Главьна_страница
চুভাচ Тĕп_страница
ৱেলচ Hafan
ডেনিচ
Dagbani Solɔɣu
জাৰ্মান
Dinka Apam_këdït
Zazaki Pela_Seri
ল’ৱাৰ ছোৰ্বিয়ান Głowny_bok
Doteli मुख्य_पन्ना
দিবেহি މައި_ޞަފްޙާ
জোংখা མ་ཤོག།
ইৱে Axa_do_Ŋgɔ
গ্ৰীক
Emiliano-Romagnolo PP
ইংৰাজী
এস্পেৰান্তো
স্পেনিচ
এষ্টোনিয় Vikipeedia:Esileht
বাস্ক Azala
Extremaduran Página_prencipal
ফাৰ্ছী
ফুলাহ Hello_jaɓɓorgo
ফিনিচ
võro Wikipedia:Pääleht
ফিজিয়ান Tabana_levu
ফাৰোইজ Forsíða
ফ্ৰেন্স
Arpitan Vouiquipèdia:Reçua_principâla
Northern Frisian Wikipedia:Hoodsid
ফ্ৰিউলিয়ান Pagjine_principâl
ৱেষ্টাৰ্ণ ফ্ৰিছিয়ান
আইৰিচ Príomhleathanach
Gagauz Baş_yaprak
Gan Chinese 封面
Guianan Creole Paj_Prensipal
স্কটিচ গেইলিক Prìomh-Dhuilleag
গেলিচিয়ান Portada
Gilaki گتˇ_ولگ
গুৱাৰাণী Ape
Goan Konkani मुखेल_पान
গোৰোন্তালো Halaman_Bungaliyo
Gothic 𐌰𐌽𐌰𐍃𐍄𐍉𐌳𐌴𐌹𐌽𐌹𐌻𐌰𐌿𐍆𐍃
গুজৰাটী
Gun Weda_Tangan
মেংক্স Ard-ghuillag
হাউছা Babban_shafi
Hakka Chinese Thèu-Ya̍p
হাৱাই Ka_papa_kinohi
হিব্ৰু
হিন্দী
Fiji Hindi Pahila_Panna
Hiri Motu Main_Page
ক্ৰোৱেচিয়ান
আপাৰ ছোৰ্বিয়ান Hłowna_strona
হেইটিয়ান ক্ৰিয়ল Paj_Prensipal
হাঙ্গেৰিয়ান
আৰ্মেনীয় Գլխավոր_էջ
Western Armenian Գլխաւոր_Էջ
হেৰেৰো Main_Page
ইণ্টাৰলিংগুৱা Pagina_principal
ইণ্ডোনেচিয় Halaman_Utama
উপস্থাপন ভাষা Principal_págine
ইগ্বো Ihu_mbụ
Inupiaq Aullaġniisaaġvik
ইলোকো Umuna_a_Panid
ইংগুচ Керттера_оагӀув
ইডো
আইচলেণ্ডিক Forsíða
ইটালিয়ান
ইনুক্টিটুট ᐊᒥᖅ
জাপানী
Jamaican Creole English Mien_Piej
লোজ্বান uikipedi'as:ralju
জাভানী Wikipédia:Pendhapa
জৰ্জিয়ান მთავარი_გვერდი
Kara-Kalpak Bas_bet
কাবাইল Asebter_agejdan
কাবাৰ্ডিয়ান НапэкӀуэцӀ_нэхъыщхьэ
Kabiye Talɩ_ɖeu
ত্যাপ A̱tsak_Wat_Wu
Kongo Mukânda_ya_ngudi
কিকুয়ু Main_Page
কুয়ানিয়ামা Main_Page
কাজাখ Басты_бет
কালালিছুট Saqqaa
খমেৰ ទំព័រដើម
কানাড়া
কোৰিয়ান
Komi-Permyak Пондӧтчан_листбок
কানুৰি Main_Page
কাৰাচে-বাল্কাৰ Баш_бет
কাশ্মিৰী
কোলোগনিয়ান Wikipedia:Houpsigk
কুৰ্ডিচ Destpêk
কোমি Медшӧр_лист_бок
কোৰ্নিচ Folen_dre
কিৰ্গিজ Башбарак
লেটিন Vicipaedia:Pagina_prima
লাডিনো La_Primera_Hoja
লাক্সেমবাৰ্গিচ Haaptsäit
Lak Агьаммур_лажин
লেজঘিয়ান Кьилин_ччин
Lingua Franca Nova Paje_xef
গান্দা Olupapula_Olusooka
লিম্বুৰ্গিচ Veurblaad
Ligurian Pagina_prinçipâ
Ladin Plata_prinzipala
Lombard Pagina_principala
লিংগালা Lokásá_ya_libosó
লাও ໜ້າຫຼັກ
উদীচ্য লুৰি سرآسونٱ
লিথুৱানিয়ান Pagrindinis_puslapis
Latgalian Suoku_puslopa
লাটভিয়ান Sākumlapa
মাদুৰেছে Tanèyan
মৈথিলী सम्मुख_पन्ना
Basa Banyumasan Kaca_Utama
মোক্সা Пря_лопа
মালাগাছী Wikipedia:Fandraisana
মাৰ্চলিজ Main_Page
Eastern Mari Тӱҥ_лаштык
মাওৰি Hau_Kāinga
মিনাংকাবাউ Laman_Utamo
মেচিডোনীয় Главна_страница
মালায়ালম
মংগোলীয় Нүүр_хуудас
মণিপুৰী ꯃꯔꯨꯑꯣꯏꯕ_ꯂꯃꯥꯏ
Mon မုက်လိက်တမ်
মাৰাঠী
Western Mari Тӹнг_ӹлӹштӓш
মালয় Laman_Utama
মাল্টিজ Il-Paġna_prinċipali
ক্ৰীক Main_Page
মিৰাণ্ডিজ Biquipédia:Páigina_percipal
বাৰ্মীজ ဗဟိုစာမျက်နှာ
এৰজিয়া Прявтлопа
মাজেন্দাৰানি گت_صفحه
নাউৰু Bwiema_peij
Nāhuatl Calīxatl
নিয়াপোলিটেন Paggena_prencepale
ল’ জাৰ্মান Wikipedia:Hööftsiet
Low Saxon Vöärblad
নেপালী
নেৱাৰি
এন্দোঙ্গা Hambili_Tarkerazu
নিয়াছ Olayama
ডাচ
নৰৱেজিয়ান নায়নোৰ্স্ক Hovudside
Norwegian
Novial Chefi_pagine
এন্কো ߓߏ߬ߟߏ߲߬ߘߊ
Norman Page_dé_garde
উদীচ্য ছোথো Letlakala_la_pele
নাভাজো Íiyisíí_Naaltsoos
ন্যাঞ্জা Tsamba_Lalikulu
অ’চিটান Acuèlh
Livvi-Karelian Piäsivu
ওৰোমো Fuula_Dura
ওড়িয়া
ওছেটিক Сæйраг_фарс
পাঞ্জাবী
পংগাছিনান Arapan_ya_Bolong
পাম্পান্গা Pun_Bulung
পাপিয়ামেণ্টো Página_Prinsipal
Picard Accueul
নাইজেৰিয়ান পিজিন Main_Pej
Pennsylvania German Haaptblatt
Palatine German Wikipedia:Haubdsaid
Pali
Norfuk / Pitkern Mien_Paij
প’লিচ
Piedmontese Intrada
Western Punjabi پہلا_صفہ
Pontic Αρχικόν_σελίδα
পুস্ত لومړی_مخ
পৰ্তুগীজ
Paiwan sitjumaq_na_sapitj
কুৱেচুৱা Qhapaq_p'anqa
ৰোমানচ Wikipedia:Pagina_principala
Vlax Romani Sherutni_patrin
ৰুন্দি Urupapuro_nyamukuru
ৰোমানীয়
Aromanian Prota_frãndzã
Tarantino Pagene_Prengepále
ৰাছিয়ান
Rusyn Головна_сторінка
কিনয়াৰোৱাণ্ডা Intangiriro
সংস্কৃত
ছাখা Сүрүн_сирэй
চাওতালি ᱢᱩᱬᱩᱛ_ᱥᱟᱦᱴᱟ
ছাৰ্ডিনিয়ান Pàgina_printzipale
ছিচিলিয়ান Pàggina_principali
স্কটছ Main_Page
সিন্ধী مُک_صفحو
উদীচ্য ছামি Portála:Ovdasiidu
ছাঙ্গো Gä_nzönî
Serbo-Croatian Glavna_stranica
তাচেলহিট Tasna_Tamzwarut
চান ၼႃႈႁူဝ်ႁႅၵ်ႈ
সিংহলা මුල්_පිටුව
Simple English
শ্লোভাক
Saraiki پہلا_پرت
শ্লোভেনিয়ান
ছামোন Itūlau_Muamua
ইনাৰি ছামি Ovdâsijđo
চোনা Peji_Rekutanga
ছোমালি Bogga_Hore
আলবেনীয় Faqja_kryesore
ছাৰ্বিয়ান
স্ৰানান টোঙ্গো Fesipapira
স্বাতি Likhasi_Lelikhulu
দাক্ষিণাত্য ছোথো Leqephe_la_pele
Saterland Frisian Haudsiede
ছুণ্ডানীজ Tepas
ছুইডিচ
স্বাহিলি Mwanzo
Silesian Przodniŏ_zajta
Sakizaya saayaway_a_belih
তামিল
Tayal T’ringan_na_zzngayan
Tulu ಮುಖ್ಯ_ಪುಟ
তেলুগু
তেতুম Pájina_Mahuluk
তাজিক Саҳифаи_аслӣ
থাই
টিগৰিনিয়া መበገሲ_ገጽ
তুৰ্কমেন Baş_Sahypa
Tagalog Unang_Pahina
ছোৱানা Main_Page
টোঙ্গান Peesi_tali_fiefia
টোক পিছিন Fran_pes
তুৰ্কী
তাৰোকো Ruwahan_patas
ছোঙ্গা Tlukankulu
তাতাৰ Баш_бит
তুম্বুকা Jani_likulu
Twi Kratafa_Titiriw
তাহিতিয়ান Fa’ari’ira’a
তুভিনিয়ান Кол_арын
উদমুৰ্ত Кутскон_бам
উইঘুৰ باش_بەت
ইউক্ৰেইনীয়
উৰ্দু صفحۂ_اول
উজবেক Bosh_Sahifa
ভেণ্ডা Hayani
Venetian Wikipedia:Prinsipio
Veps Pälehtpol’
ভিয়েটনামী
West Flemish Voorblad
ৱালুন Mwaisse_pådje
ৱাৰে Syahan_nga_Pakli
ৱোলাফ Xët_wu_njëkk
Wu Chinese 封面
কাল্মিক Нүр_халх
হোছা Iphepha_Elingundoqo
Mingrelian დუდხასჷლა
ইদ্দিছ הויפט_זייט
ইউৰুবা Ojúewé_Àkọ́kọ́
Zhuang Yiebdaeuz
Zeelandic Vòblad
চীনা
Classical Chinese 維基大典:卷首
Chinese (Min Nan) Thâu-ia̍h
Cantonese 頭版
ঝুলু Ikhasi_Elikhulu

This page is based on a Wikipedia article written by contributors (read/edit). Text is available under the CC BY-SA 4.0 license; additional terms may apply. Images, videos and audio are available under their respective licenses. Cover photo is available under CC BY 2.0 license.